কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী কোৰোনা ভাইৰাছত আক্ৰান্ত…

কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী কোৰোনা ভাইৰাছত আক্ৰান্ত…
  • কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী কোৰোনা ভাইৰাছত আক্ৰান্ত।
  • নিজে টুইটাৰযোগে সদৰি কৰিলে এই তথ্য।
  • যোৱা শুকুৰবাৰেই তেওঁ কৰাইছিল কোৰোনা টেষ্ট।
  • পৰিয়ালৰ লোকৰ পৰা নিজকে পৃথক কৰি ৰখাৰ কথাও জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোৰোনা টেষ্ট কৰাবলৈ আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in