বুধবাৰে তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

বুধবাৰে তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…
  • বুধবাৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে বুধবাৰে তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব ।
  • বিজনীৰ উলুবাৰীত বুধবাৰে পুৱা ১১.৩০ বজাত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।
  • বুধবাৰে দুপৰীয়া ১ বজাত হাজো সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব শ্বাহে।
  • সোনাপুৰত দুপৰীয়া ২.৪০ মিনিটত এখন জনসভাত অংশগ্ৰহন কৰিব অমিত শ্বাহে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in