দেওবাৰে ৩ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

দেওবাৰে ৩ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…
  • দেওবাৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৩ খনকৈ ৰাজহুৱা সভাত অংশ গ্ৰহন কৰিব ।
  • বৰপেটাৰোড,ভবানীপুৰ আৰু শুৱালকুছিত বিশাল ৰাজহুৱা সভাত অংশ গ্ৰহন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।
  • ৰাজহুৱা সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব শ্বাহে ।
  • ২০২১ অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ এয়া শেষ কাৰ্যসূচী হ'ব অমিত শ্বাহ ।
  • দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা বন্ধ হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ।
  • মঙলবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in