শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

দেওবাৰে ৩ খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

  • দেওবাৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৩ খনকৈ ৰাজহুৱা সভাত অংশ গ্ৰহন কৰিব ।
  • বৰপেটাৰোড,ভবানীপুৰ আৰু শুৱালকুছিত বিশাল ৰাজহুৱা সভাত অংশ গ্ৰহন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।
  • ৰাজহুৱা সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব শ্বাহে ।
  • ২০২১ অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ এয়া শেষ কাৰ্যসূচী হ’ব অমিত শ্বাহ ।
  • দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা বন্ধ হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ।
  • মঙলবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহন ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি