আলফাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক খগেন বৰাৰ আত্মসমৰ্পণ…

আলফাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক খগেন বৰাৰ আত্মসমৰ্পণ…
  • আলফাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক খগেন বৰা ওৰফে সাগৰ তপ্নৰ আত্মসমৰ্পণ।
  • জ্যেষ্ঠ আলফা নেতা খগেন বৰাৰ ঘৰ নাগশংকৰৰ বহুৱাকুৰি গাঁৱত৷
  • আত্মসমৰ্পন কৰাৰ মুহূৰ্তত খগেন বৰাই আঁঠ জাই গুলী আৰু এটা পিষ্টল জমা দিয়ে।
  • খগেন বৰাই এই গুলী আৰু পিষ্টল জমা দিয়া বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ হাতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in