শেহতীয়া খবৰ
নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...  •  স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ...

১ ডজনৰো অধিক যুৱকক আলফাই দিলে মৃত্যুদণ্ডঃ চাওক তালিকা…

  • আলফা (স্বা) য়ে বিজু গগৈক মৃত্যুদণ্ড দিয়াৰ কথা প্ৰকাশ পোৱাৰ পিছতে পোহৰলৈ আহিছে আন কেইবাটাও মৃত্যুদণ্ডৰ ঘটনা।
  • কেইবাজনো সদস্যক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
  • সন্দেহ অনুসৰি আলফা (স্বা)ই হত্যা কৰা সদস্যকেইজন ক্রমে ডিম্বেশ্বৰ সোণোৱাল, সীমান্ত মৰাণ।
  • এই তালিকাত আছে নাৰায়ণ অসম, মন অসম, অয়ন অসম, ৰাইনো অসম, বিনন্দ অসমৰো নাম।
  • আনন্দ অসম,পৰাগ অসম, অৰণ্য অসম, অপূৰ্ব বৰুৱাকো হত্যা কৰাৰ সন্দেহ
  • বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড দিয়াৰ কথা প্ৰকাশ পাইছিল বুধবাৰে।
  • ইয়াৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য।
  • সন্তোষ লামা ওৰফে অপু অসমক আৰক্ষীয়ে জেৰা কৰাত প্ৰকাশ হৈছে বহু বিস্ফোৰক তথ্য।