শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ…

2,557

ডিজিটেল ডেস্কঃ ব্ৰিটেইন বুধবাৰে ‘ফাইজাৰ-বায়এনটেক’ কোভিড ১৯ ভেকছিন ব্যৱহাৰৰ বাবে অনুমোদন কৰিছে আৰু বিশ্বৰ প্ৰথম দেশ হিচাপে পৰিগণিত হয় । দেশখনে কয় যে এই ভেকচিনৰ টিকাকৰণ আগন্তুক সপ্তাহৰ আৰম্ভণিৰ পৰাই আৰম্ভ কৰিব।

উল্লেখ্য যে, এই ভেকচিনটোৱে বিশ্বব্যাপী সংকটৰ পৰা পৃথিৱীবাসীক স্বাভাৱিক জীৱনলৈ উভতাই আনিব বুলি আশা কৰা গৈছে। এই কোভিডে মহামাৰীৰ ৰুপ ধাৰণ কৰি প্ৰায় ১.৫ লাখ লোকৰ মৃত্যুৰ কাৰণ হৈছিল আৰু পৃথিৱীৰ অৰ্থনীতিত যি ঋণাত্মক প্ৰভাৱ পেলালে সেই ক্ষতি আছিল অপূৰণীয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি