উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডৰে জড়িতৰ অভিযোগত আৰু এজনক আটক

উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডৰে জড়িতৰ অভিযোগত আৰু এজনক আটক
  • উগ্ৰতাৰা দেৱালয়ৰ চুৰিকাণ্ডত জড়িতৰ অভিযোগত আৰু এজনক আটক।
  • আৰক্ষীৰ জালত ৰাকেশ কুমাৰ নামৰ এজন লোক।
  • লতাশিল থানাৰ আৰক্ষীয়ে আটক কৰে লোকজনক।
  • পল্টনবজাৰৰ আৰ কে জুৱেলাৰ্ছৰ স্বত্ত্বাধিকাৰ ৰাকেশ কুমাৰ।
  • তেওঁৰ জুৱেলাৰীত বিগ্ৰহটো দিয়াৰ কথা স্বীকাৰ কৰিছিল পূৰ্বে আটক হোৱা চোৰে।
  • ইতিমধ্যে এই অভিযোগত আটক হৈছিল কেইবাজনো লোক।
  • ইফালে, চোৰ কেইটাৰ অভিযোগ কৰিছে অস্বীকাৰ ৰাকেশ কুমাৰে।
  • বৰ্তমানো উদ্ধাৰ হোৱা নাই দেৱালয়ৰ মূল বিগ্ৰহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in