দিনৰ ১১ বজালৈকে ওদালগুৰিৰ ক’ত কিমান ভোটদানৰ হাৰ…

দিনৰ ১১ বজালৈকে ওদালগুৰিৰ ক’ত কিমান ভোটদানৰ হাৰ…
  • পুৱা ৭ বজাৰ পৰা ওদালগুৰি জিলাৰ ৩ বিধানসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ।
  • শান্তিপূৰ্ণভাৱে হৈ আছে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিত ভোটগ্ৰহণ।
  • দিনৰ ১১ বজালৈকে ভোটদানৰ হাৰ সমষ্টি কেইটাত ক্ৰমে-
  • ৬৪নং পানেৰীত ভোটদানৰ হাৰ ৩৫%।
  • ৬৯নং ওদালগুৰিত ভোটদানৰ হাৰ ৩২%।
  • ৭০ নং মাজবাটত ভোটদানৰ হাৰ ৩১%।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in