ৰাসৰ আনন্দৰ মাজতে ওদালগুৰিত পথ দুৰ্ঘটনা…

ৰাসৰ আনন্দৰ মাজতে ওদালগুৰিত পথ দুৰ্ঘটনা…
  • ৰাসৰ আনন্দৰ মাজতে ওদালগুৰিত পথ দুৰ্ঘটনা।
  • মটৰ চাইকেল দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত দীপক কাৰ্কী(২১) নামৰ এজন যুৱক।
  • নিশা প্ৰায় ৯ বজাত ওদালগুৰি বুধবৰীয়া বজাৰৰ পথৰ ওপৰত উদ্ধাৰ হয় আহত যুৱকজন।
  • স্থানীয় ৰাইজৰ তৎপৰতাত যুৱকজনক ওদালগুৰি চিকিৎসালয়লৈ প্ৰেৰণ।
  • পাছত অতি সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটীলৈ প্ৰেৰণ।
  • যুৱকজন ওদালগুৰিৰ এখন ফাৰ্মাচীত কৰ্মৰত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in