শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

অৰুণাচলত ডাৱৰ বিস্ফোৰণ, ওদালগুৰি-অৰুণাচললৈ যোৱা পথৰ কেইবাস্থানতো ভুমিস্খলন…

556
  • ওদালগুৰিৰ পৰা অৰুণাচললৈ যোৱা পথৰ কেইবাস্থানতো ভুমিস্খলন।
  • বন্ধ হৈ পৰিছে ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড হৈ অৰুণাচলত প্ৰৱেশ কৰা পথ।
  • ভৈৰৱকুণ্ড-বালেমু পথত যাতায়াত চলাচল ব্যাহত।
  • যাতায়াত বন্ধ হ’ল ৰূপা-জীগাওঁ পথতো।
  • পথৰ কেইবাস্থানতো পাহাৰৰ মাটিয়ে বন্ধ কৰিছে পথ।
  • কেইবাটাও স্থানত পথ ছিঙি যোৱাৰ খবৰ লাভ কৰা হৈছে।
  • অসমৰ পৰা ভৈৰৱকুণ্ড হৈ অৰুণাচললৈ যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি