অৰুণাচলত ডাৱৰ বিস্ফোৰণ, ওদালগুৰি-অৰুণাচললৈ যোৱা পথৰ কেইবাস্থানতো ভুমিস্খলন…

অৰুণাচলত ডাৱৰ বিস্ফোৰণ, ওদালগুৰি-অৰুণাচললৈ যোৱা পথৰ কেইবাস্থানতো ভুমিস্খলন…
  • ওদালগুৰিৰ পৰা অৰুণাচললৈ যোৱা পথৰ কেইবাস্থানতো ভুমিস্খলন।
  • বন্ধ হৈ পৰিছে ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড হৈ অৰুণাচলত প্ৰৱেশ কৰা পথ।
  • ভৈৰৱকুণ্ড-বালেমু পথত যাতায়াত চলাচল ব্যাহত।
  • যাতায়াত বন্ধ হ'ল ৰূপা-জীগাওঁ পথতো।
  • পথৰ কেইবাস্থানতো পাহাৰৰ মাটিয়ে বন্ধ কৰিছে পথ।
  • কেইবাটাও স্থানত পথ ছিঙি যোৱাৰ খবৰ লাভ কৰা হৈছে।
  • অসমৰ পৰা ভৈৰৱকুণ্ড হৈ অৰুণাচললৈ যোৱা পথ সম্পূৰ্ণৰূপে বন্ধ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in