শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ সফলতা, ওদালগুৰিত উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ-অস্ত্ৰ…

4,870
  • স্বাধীনতা দিৱসৰ প্রাকক্ষণত অসম আৰক্ষীৰ বিশেষ সফলতা।
  • ওদালগুৰিৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্র।
  • মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্রসমূহ।
  • অসম আৰক্ষী চাউনীত উদ্ধাৰ হোৱা অস্ত্র-শস্ত্র প্রদৰ্শন আৰক্ষীৰ।

  • মাৰণাস্ত্রসমূহৰ ভিতৰত আছে ক্ৰমে এ কে-৪৭ ৰাইফল দুটা, এ কে ৫৬ ৰাইফল ৫টা, এম-১৬ ৰাইফল দুটা,
  • এয়াৰগান এটা, ৯ এম এম পিষ্টল ৭ টা, মেগজিন ২৩ টা, গ্রেনেড ১২ টা, বোমা ৫ টা,
  • ৭.৬২ পিষ্টলৰ সক্রিয় গুলী ১৬৬ ৰাউণ্ড, থ্রী নট থ্রী ৰাইফলৰ সক্রিয় গুলী ৩০০ ৰাউণ্ড,

  • ৭৯০ ৰাউণ্ড ৯ এম এম পিষ্টলৰ সক্রিয় গুলীসহ ২০ কিলোগ্রাম বিস্ফোৰক।
  • ত্রিপালেৰে বান্ধি পুতি ৰখা হৈছিল মাৰণাস্ত্রসমূহ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি