স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ সফলতা, ওদালগুৰিত উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ-অস্ত্ৰ…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীৰ সফলতা, ওদালগুৰিত উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ-অস্ত্ৰ…
  • স্বাধীনতা দিৱসৰ প্রাকক্ষণত অসম আৰক্ষীৰ বিশেষ সফলতা।
  • ওদালগুৰিৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্র।
  • মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্রসমূহ।
  • অসম আৰক্ষী চাউনীত উদ্ধাৰ হোৱা অস্ত্র-শস্ত্র প্রদৰ্শন আৰক্ষীৰ।
  • মাৰণাস্ত্রসমূহৰ ভিতৰত আছে ক্ৰমে এ কে-৪৭ ৰাইফল দুটা, এ কে ৫৬ ৰাইফল ৫টা, এম-১৬ ৰাইফল দুটা,
  • এয়াৰগান এটা, ৯ এম এম পিষ্টল ৭ টা, মেগজিন ২৩ টা, গ্রেনেড ১২ টা, বোমা ৫ টা,
  • ৭.৬২ পিষ্টলৰ সক্রিয় গুলী ১৬৬ ৰাউণ্ড, থ্রী নট থ্রী ৰাইফলৰ সক্রিয় গুলী ৩০০ ৰাউণ্ড,
  • ৭৯০ ৰাউণ্ড ৯ এম এম পিষ্টলৰ সক্রিয় গুলীসহ ২০ কিলোগ্রাম বিস্ফোৰক।
  • ত্রিপালেৰে বান্ধি পুতি ৰখা হৈছিল মাৰণাস্ত্রসমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in