ওদালগুৰিৰ পৰা ৬ গৰাকী আইপিএল জুৱাৰীক আটক আৰক্ষীৰ…

ওদালগুৰিৰ পৰা ৬ গৰাকী আইপিএল জুৱাৰীক আটক আৰক্ষীৰ…
  • ওদালগুৰিত আইপিএল জুৱাৰ ৰমৰমীয়া বেহা
  • যোৱানিশা ওদালগুৰি চহৰৰ মাজমজিয়াৰ পৰা ৬ গৰাকী আইপিএল জুৱাৰীক আটক আৰক্ষীৰ
  • অভিযানৰ নেতৃত্ব দিছিল জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো উপ-আৰক্ষী
    অধীক্ষক পাহাৰী কোঁৱৰসহ আৰক্ষীৰ এটা বৃহৎ দলে
  • নিশা ওদালগুৰিৰ মণিপুৰী বস্তিৰ পৰা হাতে-লোতে আৰক্ষীৰ জালত পেলাই জুৱাৰী কেইগৰাকী
  • জুৱাৰী কেইগৰাকীক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in