শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ইউএইয়ে পাকিস্থানকে ধৰি ১১ খন দেশ ভ্ৰমনৰ বাবে প্ৰদান নকৰে নতুন ভিছা…

299

ডিজিটেল ডেস্ক : ইউএইয়ে পাকিস্থান আৰু আন এঘাৰ খন দেশৰ নতুন ভিছা অস্থায়ীভাৱে স্থগিত কৰিছে।পৰৱৰ্তী জাননী নোপোৱালৈকে বন্ধ থাকিব নতুন ভিছা । দি এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি পাকিস্তানৰ বিদেশী কাৰ্য্যালয়ে বুধবাৰে ইউইএ কৰ্তৃপক্ষই এই সিদ্ধান্ত কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে গ্ৰহণ কৰা বুলি মন্তব্য কৰে ।

“ইউএইয়ে পাকিস্থানকে ধৰি ১২ খন দেশৰ বাবে পৰবৰ্তী ঘোষণা নোহোৱালৈকে নতুন ভ্ৰমণ ভিছা জাৰী কৰাটো অস্থায়ীভাৱে স্থগিত কৰিছে,” বুলি পাকিস্থানৰ বিদেশী কাৰ্য্যালয়ৰ মুখপাত্ৰ জাহেদ হাফিজ চাওধাৰীয়ে কয়। পাকিস্তানৰ উপৰিও, ইউএই চৰকাৰে তুৰ্কী, ইৰান, ইয়ামেন, ছিৰিয়া, ইৰাক, ছোমালিয়া, লিবিয়া, কেনিয়া আৰু আফগানিস্তানলৈ ভ্ৰমণকৰ বাবে নতুন ভিছা জাৰী কৰাটো স্থগিত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি