জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী…
  • জম্মু-কাশ্মীৰৰ বন্দীপাৰাত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • সোমবাৰে পুৱাৰে পৰা হৈছিল এই সংঘৰ্ষ।
  • সেনাৰ গুলীত নিহত হৈছে ২ সন্ত্ৰাসবাদী।
  • লগতে উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী।
  • বৰ্তমানেও সংঘৰ্ষস্থলীত অব্যাহত আছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in