ওদালগুৰিত ওলোটাকৈ উত্তোলন ৰাষ্ট্ৰীয় পতাকা, ২ আৰক্ষী জোৱানক নিলম্বন

ওদালগুৰিত ওলোটাকৈ উত্তোলন ৰাষ্ট্ৰীয় পতাকা, ২ আৰক্ষী জোৱানক নিলম্বন
  • ওদালগুৰিত ওলোটাকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ঘটনা।
  • দুগৰাকী আৰক্ষী জোৱানক নিলম্বনৰ নিৰ্দেশ।
  • এগৰাকী এবিএছ‌আই সুবোধ মিশ্ৰৰ লগতে আন এজন কণিষ্টবলক নিলম্বনৰ নিৰ্দেশ।
  • স্বাধীনতা দিৱসৰ দিনটোত ওদালগুৰি কেন্দ্ৰীয় স্বাধীনতা দিৱসত ঘটিছিল অঘটন।
  • ওলোটাকৈ উত্তোলিত হৈছিল কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা।
  • ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত ঘটিছিল এই অঘটন।
  • জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে উত্তোলন কৰিছিল পতাকা।
  • ঘটনাৰ পাছতে তাৎক্ষণিকভাৱে পতাকাৰ দ্বায়িত্বত থকা আৰক্ষীৰ জোৱান দুয়োজনক নিলম্বনৰ নিৰ্দেশ জিলা আৰক্ষী অধীক্ষকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in