হঠাৎ বৃদ্ধি নদীৰ জলপৃষ্ঠ! দলঙৰ ওপৰত আৱদ্ধ দুজনক হেলিকপ্টাৰেৰে উদ্ধাৰ… VIDEO

হঠাৎ বৃদ্ধি নদীৰ জলপৃষ্ঠ! দলঙৰ ওপৰত আৱদ্ধ দুজনক হেলিকপ্টাৰেৰে  উদ্ধাৰ… VIDEO
  • জম্মু-কাশ্মীৰৰ টাৱী নদীত হঠাৎ জলপৃষ্ঠ বৃদ্ধি।
  • ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বৃদ্ধি পাইছে নদীখনৰ জলপৃষ্ঠ।
  • জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছৰ এখন দলঙত আৱদ্ধ দুজন স্থানীয় লোক।
  • হেলিকপ্টাৰেৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে লোক দুজনক।
  • ৰছীৰে বান্ধি লোক দুজনক উদ্ধাৰ কৰা হয়।

চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in