পাক সেনাৰ দুটা মিজাইল ধ্বংস কৰিলে ভাৰতীয় সেনাই… VIDEO

পাক সেনাৰ দুটা মিজাইল ধ্বংস কৰিলে ভাৰতীয় সেনাই… VIDEO
  • জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ অভিযান।
  • মঙলবাৰে পাক সেনাই দুটাকৈ মিজাইল নিক্ষেপৰ চেষ্টা চলাইছিল।
  • কিন্তু ভাৰতীয় সেনা বাহিনীয়ে ধ্বংস কৰে পাকিস্তানৰ মিজাইল দুটা।
  • এল অ চিৰ সমীপৰ পুঞ্চ ছেক্টৰত সংঘটিত হয় এই ঘটনা।
  • ভাৰতীয় সেনা বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in