নগাঁৱৰ ৰূপহীহাটত নিৰ্বাচনী হিংসাত ২জন আহতঃ VIDEO

নগাঁৱৰ ৰূপহীহাটত নিৰ্বাচনী হিংসাত ২জন আহতঃ VIDEO
  • নগাঁৱৰ ৰূপহীহাটৰ পূব শালপাৰা গাঁৱত নিৰ্বাচনী হিংসা।
  • নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত অগপৰ ২ কৰ্মী।
  • মহিলাসহ অগপৰ দুগৰাকী কৰ্মী আহত।
  • দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত বহি থকাৰ সময়তে বাঁহেৰে আক্ৰমণ কৰে দুয়োকে।
  • আহত দম্পতী মতিবুৰ ৰহমান আৰু গুলছানা বেগম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in