২২টা গৰু সহ মনিপুৰৰ দুজনক কৰায়ত্ব…

২২টা গৰু সহ মনিপুৰৰ দুজনক কৰায়ত্ব…

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ বৰঘাটত কৰায়ত্ব দুজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ কৰায়ত্ব হোৱা চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম হৈছে খুলকপাম চবিৰ ৷ আন জন সৰবৰাহকাৰীৰ নাম হৈছে খুলকপাম চৰিফ ৷ দুয়োৰে ঘৰ মলিপুৰৰ ইম্ফলত ৷

বোকাখাতৰ পৰা চবিৰ আৰু চৰিফে ২২ টাকৈ গৰু লৈ যোৰাবাটলৈ বুলি গৈ থকা অৱস্হাত বৃহস্পতি বাৰে আৰক্ষীৰ জালত পৰে ৷ নিয়মীয়া তালাচীৰ সময়ত এম এন ০৫ চি ১৬৯২ নম্বৰৰ গাড়ীখন তালাচী চলাওতে গৰুৰ চোৰাং সৰবৰাহৰ ঘটনা পোহৰলৈ আহে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in