শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

২২টা গৰু সহ মনিপুৰৰ দুজনক কৰায়ত্ব…

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ বৰঘাটত কৰায়ত্ব দুজনকৈ চোৰাং গৰু সৰবৰাহকাৰী ৷ কৰায়ত্ব হোৱা চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম হৈছে খুলকপাম চবিৰ ৷ আন জন সৰবৰাহকাৰীৰ নাম হৈছে খুলকপাম চৰিফ ৷ দুয়োৰে ঘৰ মলিপুৰৰ ইম্ফলত ৷

বোকাখাতৰ পৰা চবিৰ আৰু চৰিফে ২২ টাকৈ গৰু লৈ যোৰাবাটলৈ বুলি গৈ থকা অৱস্হাত বৃহস্পতি বাৰে আৰক্ষীৰ জালত পৰে ৷ নিয়মীয়া তালাচীৰ সময়ত এম এন ০৫ চি ১৬৯২ নম্বৰৰ গাড়ীখন তালাচী চলাওতে গৰুৰ চোৰাং সৰবৰাহৰ ঘটনা পোহৰলৈ আহে ৷