শেহতীয়া খবৰ
১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ২ চিআৰপিএফৰ জোৱান

38
  • জম্মু-কাশ্মৰীৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • এই সংঘৰ্ষত শ্বহীদ হৈছে দুজনকৈ চিআৰপিএফৰ জোৱান।
  • গুৰুতৰভাৱে আহত হৈছে ৩ জন চিআৰপিএফৰ জোৱান।
  • অনন্তনাগৰ কে পি ৰোডত প্ৰথমে আৰক্ষীৰ এটা দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে চলাইছিল গুলী।
  • অনন্তনাগৰ ষ্টেছন হাউচ অফিচাৰ গৰাকীও এই সংঘৰ্ষত আহত হৈছে।
  • সংঘৰ্ষত এজন সন্ত্ৰাসবাদীও নিহত হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি