অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ২ চিআৰপিএফৰ জোৱান

অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ ২ চিআৰপিএফৰ জোৱান
  • জম্মু-কাশ্মৰীৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • এই সংঘৰ্ষত শ্বহীদ হৈছে দুজনকৈ চিআৰপিএফৰ জোৱান।
  • গুৰুতৰভাৱে আহত হৈছে ৩ জন চিআৰপিএফৰ জোৱান।
  • অনন্তনাগৰ কে পি ৰোডত প্ৰথমে আৰক্ষীৰ এটা দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে চলাইছিল গুলী।
  • অনন্তনাগৰ ষ্টেছন হাউচ অফিচাৰ গৰাকীও এই সংঘৰ্ষত আহত হৈছে।
  • সংঘৰ্ষত এজন সন্ত্ৰাসবাদীও নিহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in