হঠাৎ বৃদ্ধি জলপৃষ্ঠ, কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু

হঠাৎ বৃদ্ধি জলপৃষ্ঠ, কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু
  • অৰুণাচলৰ কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু।
  • হঠাৎ নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আবদ্ধ শিশু দুটা।
  • প্রাণ ৰক্ষাৰ বাবে এটা শিলত আশ্রয় শিশু দুটাৰ।
  • আৰক্ষী আৰু স্থানীয় লোকৰ উদ্ধাৰৰ চেষ্টা অব্যাহত।
  • অৰুণাচলৰ চেপা পাচা মায়োৰাং অঞ্চলত এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in