শেহতীয়া খবৰ
কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ

প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰি ট্ৰাম্পে ক’লে- অবিশ্বাস্য উন্নতিৰ এক জীৱন্ত কাহিনীৰ নামেই হৈছে নৰেন্দ্ৰ মোডী…

4,571
  • নমস্তে ট্ৰাম্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।
  • ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেৱল গুজৰাটৰে গৌৰৱ নহয়।’
  • ‘কঠিন কষ্ট আৰু নিষ্ঠাৰ প্ৰতীক প্ৰধানমন্ত্ৰী মোডী।’
  • ‘তেওঁ প্ৰমাণ কৰি দিছে যে ভাৰতীয়ই যি বিচাৰে সেয়া কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লাভ কৰিব পাৰে।’
  • ‘অবিশ্বাস্য উন্নতিৰ এক জীৱন্ত কাহিনীৰ নাম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি