প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰি ট্ৰাম্পে ক’লে- অবিশ্বাস্য উন্নতিৰ এক জীৱন্ত কাহিনীৰ নামেই হৈছে নৰেন্দ্ৰ মোডী…

প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰি ট্ৰাম্পে ক’লে- অবিশ্বাস্য উন্নতিৰ এক জীৱন্ত কাহিনীৰ নামেই হৈছে নৰেন্দ্ৰ মোডী…
  • নমস্তে ট্ৰাম্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।
  • 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেৱল গুজৰাটৰে গৌৰৱ নহয়।'
  • 'কঠিন কষ্ট আৰু নিষ্ঠাৰ প্ৰতীক প্ৰধানমন্ত্ৰী মোডী।'
  • 'তেওঁ প্ৰমাণ কৰি দিছে যে ভাৰতীয়ই যি বিচাৰে সেয়া কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লাভ কৰিব পাৰে।'
  • 'অবিশ্বাস্য উন্নতিৰ এক জীৱন্ত কাহিনীৰ নাম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in