প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ ট্ৰাম্পৰ, সবৰমতিত লিখিলে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ ট্ৰাম্পৰ, সবৰমতিত লিখিলে…
  • আহমেদাবাদত উপস্থিত হোৱাৰ পিছতে সবৰমতি আশ্ৰমলৈ গ'ল ট্ৰাম্প দম্পত্তি।
  • সবৰমতিত ডোনাল্ড ট্ৰাম্পে লিখিলে নিজ অভিজ্ঞতা।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিলে ট্ৰাম্পে।
  • ট্ৰাম্পে লিখিলে, "টু মাই গ্ৰেট ফ্ৰেণ্ড প্ৰাইম মিনিষ্টাৰ মোডী, থেংক ইউ ফৰ দিজ ৱণ্ডাৰফুল ভিজিট।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in