নাৰায়ণপুৰত ১৮ টা গৰুসহ ট্ৰাক জব্দ…

নাৰায়ণপুৰত ১৮ টা গৰুসহ ট্ৰাক জব্দ…
  • নাৰায়ণপুৰৰ ধলপুৰত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ।
  • বিহপুৰীয়া আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি ট্ৰাক।
  • ১৮ টাকৈ গৰু কঢ়িয়াই আনিছিল AS-01-EC-2571 ট্ৰাকখনে।
  • ইতিমধ্যে আটক কৰিছে ট্ৰাকখনৰ চালক পিংকু ডেকাক।
  • গোগামুখৰ পৰা অনাৰ কথা স্বীকাৰ কৰিছে চালক জনে।
  • বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত চলিছিল অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in