আগৰতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

আগৰতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ
  • সোমবাৰে লোকসভাত উত্থাপন কৰা হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ পূৰ্বে উত্তৰ পূবৰ কেবাখনো ৰাজ্যত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ।
  • আগৰতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ।
  • কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী।
  • হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ শতাধিক লোকৰ।
  • প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in