শেহতীয়া খবৰ
এলাগী হৈছে গুৱাহাটী!  •  ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯...  •  চানমাৰিস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ১৬জন কৰ্মচাৰীৰ দেহত কোভিড-১৯...  •  কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  গুৱাহাটীত কিমান আৰক্ষী আক্ৰান্ত কোভিড-১৯ত...  •  এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ...  •  কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই...  •  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সচিবালয়ত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...

আগৰতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

205
  • সোমবাৰে লোকসভাত উত্থাপন কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ পূৰ্বে উত্তৰ পূবৰ কেবাখনো ৰাজ্যত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ।
  • আগৰতলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ।
  • কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী।
  • হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ শতাধিক লোকৰ।
  • প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি