শেহতীয়া খবৰ
নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

ত্ৰিপুৰা চৰকাৰৰ বিশেষ পদক্ষেপঃ সকলো স্কুলীয়া ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া চেনিটাৰী নেপকিন…

154

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলালে নাথে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰখনে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সকলো ছাত্ৰীৰ বাবে বিনামুলীয়া চেনিটাৰী নেপকিন বিতৰণ কৰা বিষয়টো মঞ্জুৰ কৰিছে। শিক্ষামন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কয় যে, বিদ্যালয়ৰ ছাত্ৰীসকলক পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে।

“কিশোৰী সুচিতা অভিযান” নামৰ এই আঁচনিৰ জৰিয়তে সৰ্বমুঠ ১,৬৮,২৫২ গৰাকী ছাত্ৰীয়ে বিনামুলীয়া নেপকিন লাভ কৰিব।আগন্তুক ৩ বছৰত এই অভিযানৰ বাবে ৰাজ্য চৰকাৰখনে ৩,৬১,৬৩, ২৪৮ টকা বিনিযোগ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি