ত্ৰিপুৰাত ৩ সহস্ৰাধিক কফ চিৰাপৰ বটল জব্দ

ত্ৰিপুৰাত ৩ সহস্ৰাধিক কফ চিৰাপৰ বটল জব্দ
  • ত্ৰিপুৰা-বাংলাদেশ সীমান্তত অব্যাহত চোৰাং বেহা।
  • ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ ৩হাজাৰ বটল কফ চিৰাপ।
  • কফ চিৰাপখিনিৰ মূল্য কেবালাখ টকা।
  • বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল কফ চিৰাপখিনি।
  • কেবাটাও বস্তাত ভৰাই লৈ যোৱা হৈছিল ত্ৰিপুৰা-বাংলাদেশ সীমান্তলৈ।
  • এই চোৰাং বেহাৰ সৈতে জড়িত তিনিজনক আটক।
  • কেবাহাজাৰ টকাসহ ৪টা ম'বাইল জব্দ চোৰাং সৰবৰাহকাৰীৰ পৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in