শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

ত্ৰিপুৰাত ৩ সহস্ৰাধিক কফ চিৰাপৰ বটল জব্দ

101
  • ত্ৰিপুৰা-বাংলাদেশ সীমান্তত অব্যাহত চোৰাং বেহা।
  • ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ ৩হাজাৰ বটল কফ চিৰাপ।

  • কফ চিৰাপখিনিৰ মূল্য কেবালাখ টকা।
  • বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল কফ চিৰাপখিনি।
  • কেবাটাও বস্তাত ভৰাই লৈ যোৱা হৈছিল ত্ৰিপুৰা-বাংলাদেশ সীমান্তলৈ।
  • এই চোৰাং বেহাৰ সৈতে জড়িত তিনিজনক আটক।
  • কেবাহাজাৰ টকাসহ ৪টা ম’বাইল জব্দ চোৰাং সৰবৰাহকাৰীৰ পৰা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি