শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা…

2,694
  • দেওবাৰে পুৱতি নিশা নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।
  • নাহৰকটীয়াৰ বাহধাৰীত লাইনচুত্য হ’ল নামনিমুৱা এখন মালবাহী ৰে’ল।
  • ৰে’ললাইনৰ পৰা বাগৰি পৰে ৭টাকৈ ডবা।
  • দাইলভৰ্তি আছিল মালবাহী ৰে’লখন।
  • দুৰ্ঘটনাৰ ফলত উক্ত ৰে’লপথটোৰে অহা ৫ দিনলৈ বন্ধ থাকিব উজনিমুৱা–নামনিমুৱা ৰে’লৰ চলাচল চলাচল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি