গোলকগঞ্জত শোকাবহ পথ দুৰ্ঘটনা

গোলকগঞ্জত শোকাবহ পথ দুৰ্ঘটনা
  • গোলকগঞ্জৰ আগমণিৰ ১৭ নং ঘাইপথ ভয়াবহ পথত শোকাবহ দুৰ্ঘটনা।
  • অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী বাইক আৰোহীৰ।
  • দুৰ্ঘটনাত থিতাতে নিহত মনীন্দ্ৰ সৰকাৰ।
  • মনীন্দ্ৰ সৰকাৰ মনিপুৰত ভাৰতীয় জোৱান পিচাপে কৰ্মৰত আছিল।
  • দুৰ্ঘটনা গুৰুতৰভাৱে আহত ৰাহুল নাথ নামৰ এজন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in