শেহতীয়া খবৰ
হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ...  •  নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...

জাগ্ৰত কৃষকৰ অবিৰত সংগ্ৰামত নতশীৰ চৰকাৰ, ২৬ জানুৱাৰীত ট্ৰেক্টৰ ৰেলীলৈ অনুমতি…

893

ডিজিটেল ডেস্কঃ অৱশেষত দিল্লীৰ কৃষকৰ দৃঢ়তাই উফৰালে সকলো চৰকাৰী অভিসন্ধি। কৃষক সকলে বিগত সময়ছোৱাত অৱ্যাহত ৰখা কৃষক আন্দোলনে ইতিমধ্যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

উল্লেখ্য যে, কৃষক সকলে শনিবাৰে দিল্লী আৰু এনচিআৰৰ আৰক্ষীৰ সৈতে এক বৈঠকত মিলিত হয় আৰু সকলো অনিশ্চয়তাৰ পিছত অৱশেষত এই বৈঠকত আৰক্ষীয়ে গণতন্ত্ৰ দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীক বিষয়টোত সন্মতি প্ৰকাশ কৰিছে।

কৃষক নেতা দৰ্শনপালে এই বিষয়ে কয় যে, এতিয়া তেওঁলোকে গণতন্ত্ৰ দিৱসত ট্ৰেক্টৰ ৰেলী প্ৰদৰ্শন কৰিব। আৰক্ষীয়ে আৰু এতিয়া তেওঁলোকক বাধা নিদিয়ে। তেওঁ লগতে কয় যে, কৃষকসকলে ৫ টা ভিন্ন পথত শান্তিপূৰ্ণভাৱে এই ৰেলী প্ৰদৰ্শন কৰিব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি