‘ৰিলায়েন্স’ৰ আন এক অভিলেখ…

‘ৰিলায়েন্স’ৰ আন এক অভিলেখ…

ডিজিটেল ডেস্কঃ ৰিলায়েন্স কোম্পানীৰ আন এক অভিলেখ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ এতিয়া দেশৰ এনে এটা কোম্পানী যাৰ বজাৰ মূলধন হৈছে ৯ লাখ কোটি টকা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আগষ্টমাহত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বজাৰ মূলধন আছিল ৮ লাখ কোটি টকা। বৰ্তমান ৰিলায়েন্সৰ বজাৰ মূলধনৰ পৰিমাণ হৈছে ৯.০৩ লাখ কোটি।

লক্ষ্যণীয় যে, ৰিলায়েন্সৰ বিপৰীতে বজাৰ মূলধনৰ পৰিনাম হ্ৰাস পাইছে টাটা কোম্পানীৰ। টাটাৰ পূৰ্বতে বজাৰ মূলধন ৮ লাখ কোটি টকা আছিল যদিও বৰ্তমান ইয়াৰ বজাৰ মূলধন হৈছেগৈ ৭.৬৬ লাখ কোটি টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in