শেহতীয়া খবৰ
নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী...  •  মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....

‘ৰিলায়েন্স’ৰ আন এক অভিলেখ…

948

ডিজিটেল ডেস্কঃ ৰিলায়েন্স কোম্পানীৰ আন এক অভিলেখ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ এতিয়া দেশৰ এনে এটা কোম্পানী যাৰ বজাৰ মূলধন হৈছে ৯ লাখ কোটি টকা। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আগষ্টমাহত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বজাৰ মূলধন আছিল ৮ লাখ কোটি টকা। বৰ্তমান ৰিলায়েন্সৰ বজাৰ মূলধনৰ পৰিমাণ হৈছে ৯.০৩ লাখ কোটি।

লক্ষ্যণীয় যে, ৰিলায়েন্সৰ বিপৰীতে বজাৰ মূলধনৰ পৰিনাম হ্ৰাস পাইছে টাটা কোম্পানীৰ। টাটাৰ পূৰ্বতে বজাৰ মূলধন ৮ লাখ কোটি টকা আছিল যদিও বৰ্তমান ইয়াৰ বজাৰ মূলধন হৈছেগৈ ৭.৬৬ লাখ কোটি টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি