ভাৰত-পাকিস্তানৰ মাজত আজিৰে পৰা পুনৰ চলিব সমঝোতা এক্সপ্ৰেছ…

ভাৰত-পাকিস্তানৰ মাজত আজিৰে পৰা পুনৰ চলিব সমঝোতা এক্সপ্ৰেছ…
  • আজিৰে পৰা পুনৰ চলিব সমঝোতা এক্সপ্ৰেছ।
  • আজি প্ৰথমখন ৰে'ল ভাৰতৰ পৰা যাত্ৰা কৰিব, দিল্লীৰ পৰা আট্টাৰিলৈ যাত্ৰা কৰিব প্ৰথমখন ৰে'ল।
  • সোমবাৰে লাহোৰৰ পৰা ৱাঘা সীমান্তলৈ পাকিস্তানৰ ৰে'লখনে চলাচল কৰিব।
  • ভাৰতীয় বায়ুসেনাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংসৰ পিছতে পাকিস্তানে ৰে'ল চলাচল বাতিল কৰিছিল।
  • পাছত ২৮ ফেব্ৰুৱাৰীত ভাৰতেও ৰে'লৰ চলাচল বাতিল কৰিছিল।
  • পাকিস্তানে উইং কমাণ্ডাৰ অভিনন্দন বৰ্থমানক গতাই দিয়াৰ পিছতে উভয় দেশে সন্মতি প্ৰকাশ কৰে ৰে'ল চলাচলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in