শেহতীয়া খবৰ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া

আজি মনোনয়ন দাখিল কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে…

23
  • আজি মনোনয়ন দাখিল কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে।
  • লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাজনাথ সিঙে।
  • মনোনয়ন দাখিলৰ পূৰ্বে এক ৰোড শ্ব’ত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে।
  • মঙলবাৰে দিনৰ ১১.৫০ বজাত মনোনয়ন দাখিল কৰিব ৰাজনাথ সিঙে।
  • উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অহা ৭ মে’ত হ’ব নিৰ্বাচন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি