আজি মনোনয়ন দাখিল কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে…

আজি মনোনয়ন দাখিল কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে…

  • আজি মনোনয়ন দাখিল কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে।
  • লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাজনাথ সিঙে।
  • মনোনয়ন দাখিলৰ পূৰ্বে এক ৰোড শ্ব'ত অংশ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে।
  • মঙলবাৰে দিনৰ ১১.৫০ বজাত মনোনয়ন দাখিল কৰিব ৰাজনাথ সিঙে।
  • উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অহা ৭ মে'ত হ'ব নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in