ৰিয়ান পৰাগৰ খেল চাবলৈ সাজু হওক, আই পি এলত আজি ৰাজস্থান বনাম বেংগালুৰু…

ৰিয়ান পৰাগৰ খেল চাবলৈ সাজু হওক, আই পি এলত আজি ৰাজস্থান বনাম বেংগালুৰু…
  • আই পি এলত আজি ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ।
  • নিশা ৮ বজাৰ পৰা আৰম্ভ হ'ব এই খেলখন।
  • বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন।
  • অসমৰ ৰিয়ান পৰাগৰ খেল চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা ৰাজ্যৰ ক্ৰিকেটপ্ৰেমী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in