তেজপুৰত ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক চেন্টাৰ উদ্বোধন…

তেজপুৰত ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক চেন্টাৰ উদ্বোধন…
  • তেজপুৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • তেজপুৰ মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰে প্লাজমা বেংক চেন্টাৰ।
  • উল্লেখ্য যে, এইটো ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক চেন্টাৰ।
  • ৰাজ্যৰ প্ৰথমটো প্লাজমা বেংক চেন্টাৰ জিএমচিএইচত স্থাপন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in