ৰেডিশ্বন ব্লুৰ সন্মুখত ৰিপুন বৰাৰ প্ৰতিবাদ… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Jun 23, 2022 ত শেষ সম্পাদনা কৰা হৈছে শ্বেয়াৰ কৰক ৰেডিশ্বন ব্লুৰ সন্মুখত প্ৰতিবাদ ।বিধায়কৰ কিনা বেচাক লৈ সৰৱ ৰিপুন বৰা।ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদ সাৱ্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ সমৰ্থকে ।আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰী সকলক। assamripun boratmc শ্বেয়াৰ কৰক