ইভিএমৰ সলনি বেলট পেপাৰ বিচাৰি দিল্লীত তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰতিবাদ

ইভিএমৰ সলনি বেলট পেপাৰ বিচাৰি  দিল্লীত তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰতিবাদ
  • দিল্লীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ।
  • প্ৰতিবাদ সাব্যস্ত কৰিছে দলটোৰ সাংসদসকলে।
  • মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষতে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ।
  • 'আমাক ই ভি এম নালাগে, বেলট পেপাৰ দিয়ক' বুলি প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in