শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

টীয়কত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদ….

56

ডিজিটেল সংবাদ,টীয়ক : অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক আৰক্ষী থানাৰ সমীপত বিভিন্ন দাবীৰে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল,জন নেতা অখিল গগৈক অনতি পলমে মুক্তি তথা টীয়ক আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।লগতে অনতি পলমে দাবীসমূহ মানি লবলৈ চৰকাখনক দাবী জনাইছৈ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি