টীয়কত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদ….

টীয়কত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ প্ৰতিবাদ….

ডিজিটেল সংবাদ,টীয়ক : অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়ক আৰক্ষী থানাৰ সমীপত বিভিন্ন দাবীৰে সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল,জন নেতা অখিল গগৈক অনতি পলমে মুক্তি তথা টীয়ক আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।লগতে অনতি পলমে দাবীসমূহ মানি লবলৈ চৰকাখনক দাবী জনাইছৈ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in