তিনিচুকীয়াত ‘পাকিস্তান জিন্দাবাদ’!

তিনিচুকীয়াত ‘পাকিস্তান জিন্দাবাদ’!
  • তিনিঢুকীয়া জিলাৰ লিডুত সোমবাৰে উত্তপ্ত পৰিস্থিতি।
  • পুলৱামাৰ আত্মঘাতী ঘটনাক লৈ 'পাকিস্থান জিন্দাবাদ' বুলি ফেচবুকত আপডেট দিছিল এজন ছাত্ৰই।
  • তাৰপাছত ক্ষোভিত ৰাইজৰ ৰোষৰ বলি হয় ছাত্ৰজন।
  • লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থী এই ছাত্রজনৰ নাম খাইৰুল আলম।
  • বৰ্তমান ছাত্ৰজন লিডু আৰক্ষীৰ জিম্মাত।
  • ছাত্ৰজনৰ পিতৃ ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন জোৱান।
  • উল্লেখ্য যে, গোৱালপাৰাতো এজন যুৱকে এই সন্দৰ্ভত 'WELL DONE' আখ্যা দিয়াৰ পাছতেই গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in