মহালয়াৰ পুৱা তিনিচুকীয়াত দ্ৰুতবেগী ইনভাই মহতিয়ালে ১০ ভক্তক, নিহতৰ সংখ্যা ৩ জনলৈ বৃদ্ধি…

মহালয়াৰ পুৱা তিনিচুকীয়াত দ্ৰুতবেগী ইনভাই মহতিয়ালে ১০ ভক্তক, নিহতৰ সংখ্যা ৩ জনলৈ বৃদ্ধি…
  • মহালয়াৰ দিনাই পুৱা তিনিচুকীয়াত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা।
  • শনিবাৰে পুৱা এখন দ্ৰুতবেগী ইনভাই মহতিয়াই নিলে মহালয়ালৈ অহা ১০ গৰাকী লোকক।
  • দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ এ এছ০৩ এইচ ২২২৩ ।
  • থিতাতে নিহত হৈছিল দুগৰাকী লোক।
  • গুৰুতৰভাৱে আহত হৈছে বাকী ৮ জন লোক।
  • ইয়াৰে আন এজন লোক মৃত্যু হৈছে চিকিৎসালয়ত ।
  • আহত সকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in