অবৈধ গুদামৰ বিৰুদ্ধে তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ অভিযান…

অবৈধ গুদামৰ বিৰুদ্ধে তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ অভিযান…
  • তিনিচুকীয়াৰ বালুগাদাত জিলা প্ৰশাসনৰ অভিযান।
  • অবৈধ গুদামৰ বিৰুদ্ধে অভিযান চলালে প্ৰশাসনে।
  • একেটা আৱাসত থকা তিনিটাকৈ গুদাম ছীল।
  • অবৈধভাৱে মজুত কৰি ৰখা ডিজেলৰ গুদাম ছীল।
  • নিষিদ্ধ কনডেন্স তেলৰ গুদামো ছীল।
  • ছীল কৰা হৈছে অবৈধভাৱে ৰখা ইলাচী গুদাম।
  • অভিযানকাৰী দলে জব্দ কৰিছে এখন বলেৰ' পিক আপ।
  • গুদামৰ স্বত্বাধিকাৰী পৱন কুমাৰ ছামৰীয়াৰ পলায়ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in