শেহতীয়া খবৰ
সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...  •  খবৰ পজিটিভ, হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্ট নিগেটিভ...

টিকটক, বিউটী প্লাছ, ইউ চি ব্ৰাউজাৰ, কেম স্কেনাৰ এপ বন্ধ ভাৰতত…

993
  • ভাৰতত নিষিদ্ধ হ’ল টিকটক।
  • কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা।
  • মুঠ ৫৯টা  চীনৰ এপছ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে।
  • সীমান্তত চলি থকা চীনৰ সৈতে সংঘাত্মক পৰিৱেশৰ মাজতে নিৰাপত্তাজনীত কাৰণত এই এপছসমূহ নিষিদ্ধ কৰা হৈছে।
  • ইয়াৰ ভিতৰত টিকটকতে আছিল ভাৰতৰ সৰ্বাধিক ব্যৱহাৰকাৰী।
  • নিষিদ্ধ কৰা আন এপছবোৰৰ ভিতৰত আছে- ইউ চি ব্ৰাউজাৰ, বি ইউ ক্লিনাৰ, উই মীট. চুইট ছেলফী, বি ইউ প্ৰাইভেছী, ভিগ ভিডিঅ, কেম স্কেনাৰ, ফটো ৱাণ্ডাৰ, কিউ কিউ প্লেয়াৰ, বিউটী প্লাছ, উই চাট, হেল্ল, ইউ কেন মেকআপ আদি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি