টিকটক, বিউটী প্লাছ, ইউ চি ব্ৰাউজাৰ, কেম স্কেনাৰ এপ বন্ধ ভাৰতত…

টিকটক, বিউটী প্লাছ, ইউ চি ব্ৰাউজাৰ, কেম স্কেনাৰ এপ বন্ধ ভাৰতত…
  • ভাৰতত নিষিদ্ধ হ'ল টিকটক।
  • কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা।
  • মুঠ ৫৯টা  চীনৰ এপছ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে।
  • সীমান্তত চলি থকা চীনৰ সৈতে সংঘাত্মক পৰিৱেশৰ মাজতে নিৰাপত্তাজনীত কাৰণত এই এপছসমূহ নিষিদ্ধ কৰা হৈছে।
  • ইয়াৰ ভিতৰত টিকটকতে আছিল ভাৰতৰ সৰ্বাধিক ব্যৱহাৰকাৰী।
  • নিষিদ্ধ কৰা আন এপছবোৰৰ ভিতৰত আছে- ইউ চি ব্ৰাউজাৰ, বি ইউ ক্লিনাৰ, উই মীট. চুইট ছেলফী, বি ইউ প্ৰাইভেছী, ভিগ ভিডিঅ, কেম স্কেনাৰ, ফটো ৱাণ্ডাৰ, কিউ কিউ প্লেয়াৰ, বিউটী প্লাছ, উই চাট, হেল্ল, ইউ কেন মেকআপ আদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in