মহানগৰীত তিনিটা ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰ…

মহানগৰীত তিনিটা ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰ…
  • কোৰোনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তৰ সংবাদমেল ।
  • কন্টেইমেন্ট জ'ন ঘোষণা কৰা মহানগৰীৰ তিনিটা ৱাৰ্ডত কমিছে কোভিড সংক্ৰমন ।
  • ৮,১৬ আৰু ২৮ ৱাৰ্ডৰ কন্টেইমেন্ট জ'ন প্ৰত্যাহাৰৰ সিদ্ধান্ত ।
  • সোমবাৰৰ পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ হ'ব কন্টেইমেন্ট জ'ন ।
  • কোনো লোকৰ স্বাস্থ্য বেয়া লাগিছে অচিৰেই কোভিড টেষ্ট কৰাৰ পৰামৰ্শ উপায়ুক্তৰ ।
  • মাইক্ৰ কন্টেইমেন্টজ'নত অধিক গুৰুত্ব দিব জিলা প্ৰশাসনে ।
  • সংবাদমেলত উপস্থিত আছি্ল আৰক্ষী আয়ুক্ত এম পি গুপ্তা ।
  • নতুন এছঅ'পি মানি চলিবলৈ আহ্বান আৰক্ষী আয়ুক্তৰ ।
  • বজাৰ কৰিবলৈ যাওতে অযথা ভিৰ নকৰিবলৈ আহ্বান ।
  • প্ৰয়োজন নহ'লে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান মহানগৰ আৰক্ষীৰ ।
  • যুগ্ম-অযুগ্ম নম্বৰ নমনা বাবে ৮ লাখ ২৫ হেজাৰ টকা ৰ জৰিমনা সংগ্ৰহ ।
  • জব্দ কৰা হৈছে ২৭৯ খন যানবাহন ।
  • ৪৫ হেজাৰ অধিক জৰিমনা বহিছে মাস্ক নিপিন্ধা লোকক ।
  • উপাযুক্তই স্বীকাৰ কৰে কোভিডত মহানগৰীত বৃদ্ধি পাইছে মৃত্যুৰ হাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in