শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

মহানগৰীত তিনিটা ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰ…

  • কোৰোনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তৰ সংবাদমেল ।
  • কন্টেইমেন্ট জ’ন ঘোষণা কৰা মহানগৰীৰ তিনিটা ৱাৰ্ডত কমিছে কোভিড সংক্ৰমন ।
  • ৮,১৬ আৰু ২৮ ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰৰ সিদ্ধান্ত ।
  • সোমবাৰৰ পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ হ’ব কন্টেইমেন্ট জ’ন ।
  • কোনো লোকৰ স্বাস্থ্য বেয়া লাগিছে অচিৰেই কোভিড টেষ্ট কৰাৰ পৰামৰ্শ উপায়ুক্তৰ ।

পঢ়িবলৈ ক্লিক কৰক : বোকাখাতত কোভিড সংক্ৰমিত চাহ বাগিছা পৰিদৰ্শণ মন্ত্ৰী অতুল বৰাৰ…

  • মাইক্ৰ কন্টেইমেন্টজ’নত অধিক গুৰুত্ব দিব জিলা প্ৰশাসনে ।
  • সংবাদমেলত উপস্থিত আছি্ল আৰক্ষী আয়ুক্ত এম পি গুপ্তা ।
  • নতুন এছঅ’পি মানি চলিবলৈ আহ্বান আৰক্ষী আয়ুক্তৰ ।
  • বজাৰ কৰিবলৈ যাওতে অযথা ভিৰ নকৰিবলৈ আহ্বান ।
  • প্ৰয়োজন নহ’লে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান মহানগৰ আৰক্ষীৰ ।
  • যুগ্ম-অযুগ্ম নম্বৰ নমনা বাবে ৮ লাখ ২৫ হেজাৰ টকা ৰ জৰিমনা সংগ্ৰহ ।
  • জব্দ কৰা হৈছে ২৭৯ খন যানবাহন ।
  • ৪৫ হেজাৰ অধিক জৰিমনা বহিছে মাস্ক নিপিন্ধা লোকক ।
  • উপাযুক্তই স্বীকাৰ কৰে কোভিডত মহানগৰীত বৃদ্ধি পাইছে মৃত্যুৰ হাৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি