শেহতীয়া খবৰ
যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন

পুনৰ অগপলৈ ডা০ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্য…

13,864
  • পুনৰ অগপত যোগদান কৰিব ডা০ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্যই।
  • কংগ্ৰেছৰ ভালদিনত অগপৰ পৰা কংগ্ৰেছত যোগ দিছিল নেতা কেইজনে।
  • এতিয়া পুনৰ অগপলৈ অহাৰ যোজা চলাইছে তিনিওগৰাকী নেতাই।
  • ১৪অক্টোবৰত অভয়াপুৰীত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত জয়নাথ শৰ্মাকে ধৰি কেইবাটাও দলৰ নেত্ৰীস্থানীয় ব্যক্তিয়ে যোগ দিব অগপত।
  • এই কথা ৰাজহুৱা কৰিলে অগপৰ মুখপাত্ৰ মনোজ শইকীয়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি