পুনৰ অগপলৈ ডা০ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্য…

পুনৰ অগপলৈ ডা০ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্য…
  • পুনৰ অগপত যোগদান কৰিব ডা০ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্যই।
  • কংগ্ৰেছৰ ভালদিনত অগপৰ পৰা কংগ্ৰেছত যোগ দিছিল নেতা কেইজনে।
  • এতিয়া পুনৰ অগপলৈ অহাৰ যোজা চলাইছে তিনিওগৰাকী নেতাই।
  • ১৪অক্টোবৰত অভয়াপুৰীত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত জয়নাথ শৰ্মাকে ধৰি কেইবাটাও দলৰ নেত্ৰীস্থানীয় ব্যক্তিয়ে যোগ দিব অগপত।
  • এই কথা ৰাজহুৱা কৰিলে অগপৰ মুখপাত্ৰ মনোজ শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in