তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ গুৱাহাটীত সাজু নিৰ্বাচন আয়োগ তথা প্ৰশাসন

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ গুৱাহাটীত সাজু নিৰ্বাচন আয়োগ তথা প্ৰশাসন
  • তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ তথা প্ৰশাসন।
  • গুৱাহাটীতো দেখা পোৱা গৈছে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনৰ তৎপৰতা।
  • ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং বিষয়া, নিৰাপত্তাৰক্ষী।
  • ভিভিপেড, ইভিএম, কণ্ট্ৰ'ল ইউনিট লৈ নিজৰ গন্তব্য স্থল অভিমুখে ৰাওনা হৈছে সকলো।
  • ২৩ এপ্ৰিলত অৰ্থাৎ মঙলবাৰে অসমৰ ৪টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।
  • কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in