শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

প্ৰযোজকৰ বিৰুদ্ধে ভ্ৰাম্যমানৰ আন এগৰাকী অভিনেত্ৰীৰ বিস্ফোৰক অভিযোগ, VIDEO

2,047

ডিজিটেল ডেস্কঃ ভ্ৰাম্যমান থিয়েটাৰত এতিয়া সৃষ্টি হৈছে ন ন বিতৰ্কৰ। প্ৰাঞ্জনা দত্তৰ পাছত ভ্ৰাম্যমানত আন এগৰাকী অভিনেত্ৰীয়ে তুলিছে আন এক অভিযোগ। ৰাজ্যৰ এটা ভ্ৰাম্যমান গোষ্ঠীৰ প্ৰযোজকৰ বিৰুদ্ধে মৌচুমী লস্কৰ নামৰ অভিনেত্ৰী গৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি থিয়েটাৰ গোষ্ঠীটোৱে তেওঁক দিয়া নাই প্ৰাপ্য ধন। ছ’চিয়েল মিডিয়াৰ যোগে অভিনেত্ৰী মৌচুমীয়ে কি অভিযোগ তুলিলে চাওঁক এই ভিডিঅ’ত-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি