প্ৰযোজকৰ বিৰুদ্ধে ভ্ৰাম্যমানৰ আন এগৰাকী অভিনেত্ৰীৰ বিস্ফোৰক অভিযোগ, VIDEO

প্ৰযোজকৰ বিৰুদ্ধে ভ্ৰাম্যমানৰ আন এগৰাকী অভিনেত্ৰীৰ বিস্ফোৰক অভিযোগ, VIDEO

ডিজিটেল ডেস্কঃ ভ্ৰাম্যমান থিয়েটাৰত এতিয়া সৃষ্টি হৈছে ন ন বিতৰ্কৰ। প্ৰাঞ্জনা দত্তৰ পাছত ভ্ৰাম্যমানত আন এগৰাকী অভিনেত্ৰীয়ে তুলিছে আন এক অভিযোগ। ৰাজ্যৰ এটা ভ্ৰাম্যমান গোষ্ঠীৰ প্ৰযোজকৰ বিৰুদ্ধে মৌচুমী লস্কৰ নামৰ অভিনেত্ৰী গৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি থিয়েটাৰ গোষ্ঠীটোৱে তেওঁক দিয়া নাই প্ৰাপ্য ধন। ছ'চিয়েল মিডিয়াৰ যোগে অভিনেত্ৰী মৌচুমীয়ে কি অভিযোগ তুলিলে চাওঁক এই ভিডিঅ'ত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in