১৬ ঘণ্টা জোৰা উদ্ধাৰ অভিযানৰ অন্তত ২০০ ফুট দ’ কুৱাৰ পৰা উদ্ধাৰ ৬ বছৰীয়া শিশু

১৬ ঘণ্টা জোৰা উদ্ধাৰ অভিযানৰ অন্তত ২০০ ফুট দ’ কুৱাৰ পৰা উদ্ধাৰ ৬ বছৰীয়া শিশু
  • অৱশেষত উদ্ধাৰ হ'ল পুনেৰ আম্বেগাঁৱৰ ২০০ ফুট দ' কুৱাৰ পৰা ৬ বছৰীয়া শিশুটি।
  • ১৬ ঘণ্টা জোৰা উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটিক।
  • এন ডি আৰ এফৰ দলে উদ্ধাৰ কৰে শিশুটি।
  • শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি জনায় আৰক্ষীয়ে।
  • উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে ২০০ ফু'ট দ' কুৱাত আৱদ্ধ হৈ পৰিছিল শিশুটি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in