শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

আৰ্য গ্ৰুপৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান…

298

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাতিপুৱাৰে পৰা আয়কৰ বিভাগে আৰ্য গ্ৰুপৰ আটাইকেইটা প্ৰতিষ্ঠানতে তালাচী অভিযান চলাইছে। এই তালাচীত আয়কৰ বিভাগৰ ১৫০ জন বিষয়াৰ এটা দলে আৰ্য গ্ৰুপৰ ২০ টা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায়।

এই অভিযানত পবিতৰাস্থিত আৰ্য ইক’ কেম্পৰ লগতে পল্টন বজাৰস্থিত আৰ্য হস্পিতালটো তালাচী চলাইছে দলটোৱে। অভিযানৰ নেতৃত্ব দিছে ড০ বিজয় গোস্বামী, অনিল শৰ্মা আৰু ৰাম কৃষ্ণ প্ৰধানে।বৰ্তমানলৈ অহা তথ্য অনুসৰি আৰ্য গ্ৰুপৰ অৰ্থনৈতিক বিসংগতিৰ বাবে এই অভিযান চলাইছে আয়কৰ বিভাগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি