কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : সপ্তাহত বগীবিল হৈ সপ্তাহত দুদিন চলিব ৰাজধানী এস্কপ্ৰেছ….

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : সপ্তাহত বগীবিল হৈ সপ্তাহত দুদিন চলিব ৰাজধানী এস্কপ্ৰেছ….

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সপ্তাহত দুদিন বগীবিল হৈ লখিমপুৰ ৰঙাপাৰাৰ মাজেৰে চলিব ৰাজধানী এস্কপ্ৰেছ ৰেল । ১২ অক্টোবৰৰ পৰা সপ্তাহত দুদিন কৈ চলিব ৰেলখন । ১২ অক্টোবৰত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰাৰ লগতে ১৫ অক্টোবৰত নতুন দিল্লীৰ পৰা বগীবিল হৈ যাত্ৰা কৰিব ।

ডিব্ৰুগডৰ পৰা দিল্লীলৈ সপ্তাহৰ সোমবাৰ আৰু শুক্ৰবাৰে চলাচল কৰাৰ লগতে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ বৃহস্পতিবাৰ আৰু দেওঁবাৰে চলাচল কৰিব । নতুন পথেৰে যাত্ৰা কৰিবলগীয়া ৰেলখনে প্ৰথম বাৰৰ বাবে উত্তৰ লখিমপুৰ,হাৰমতি,ৰঙাপাৰা উত্তৰ, নিউ মিছামাৰী,ওদালগুৰি,টংলা আদি ৰেল ষ্টেচন সমূহত ৰ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in