তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ

তেজপুৰত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে জুবিন গাৰ্গৰ বজ্ৰনীনাদ প্ৰতিবাদ
  • আজি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিব জুবিন গাৰ্গ।
  • তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব জুবিনে।
  • পূৰ্বেও মুখ্যমন্ত্ৰীলৈ এখন চিঠি প্ৰেৰণ কৰি বিধেয়ক বাতিলৰ দাবী জনাইছিল কণ্ঠশিল্পীগৰাকীয়ে।
  • বুধবাৰে উজানবজাৰস্থিত আছুৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ আগত জনাইছিল এই প্ৰতিবাদৰ কথা।
  • বিধেয়কৰ বাতিলৰ দাবীত 'বজ্ৰনীনাদ' প্ৰতিবাদত নামিব জুবিন গাৰ্গ আৰু আছুৰ সদস্যসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in